Tuesday, April 11, 2017

সংখ্যালঘু হত্যাকাৰী, সংখ্যালঘুৰ চিৰ শত্ৰু, যিগৰাকী তদানিন্তন ছাত্ৰ নেতাৰ নেতৃত্বত অসমৰ পৰা বিদেশী খেদাৰ নামত সংখ্যালঘুসকলক পাইকাৰী হাৰত হত্যাকৰা হৈছিল, ঘৰ-বাৰি জ্বলাই ভষ্মীভূত কৰা হৈছিল, যাৰ নেতৃত্বত সতীত্ব হেৰুৱাইছিল অলেখ অপ্ৰকাশ্য যুৱতী, মহিলাই, যি গৰাকী নেতাৰ অন্ধ অনুগামীসকলে ৰেহাই দিয়া নাছিল শিশু, আবাল, বৃদ্ধ-বনিতাক৷ পৰৱৰ্তী সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁৰ নিৰ্দেশনা মৰ্মেই ১৯৯৭ চনত বিশ্বৰ অষ্টম আশ্চৰ্য ‘ডি’ ভোটাৰৰ সৃষ্টি হৈছিল, যাৰ যন্ত্ৰণাত আজিও ছট-ফটাইছে লাখ লাখ নিৰীহ সংখ্যালঘু জনসাধাৰণ৷
সেইজন ব্যক্তিকে আজিৰ তাৰিখত সংখ্যালঘু অঞ্চলবোৰত বিপুল ভাবে আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ ফুলাম গামোচাৰে ডিঙি ওপচাই দিয়া হৈছে৷ 
আজি নগাবন্ধাৰ হত্যাকাণ্ডৰ বৰ্ষপূৰ্তিত তেওঁলৈ যাঁচিছো মৃত ব্যক্তিসকলৰ পৰিয়ালৰ বিষ্ঠা, মূত্ৰ আৰু মুৰ্দাবাদ৷ ১৮ ফেব্ৰুৱাৰীত নেলীৰ হত্যাকাণ্ডৰ বৰ্ষপূৰ্তি৷
আমাৰ যে প্ৰকৃততেই চাৰিত্ৰিক স্খলন ঘটিছে তাৰ উদাহৰণ ইয়াতকৈ আৰু কি হ’ব পাৰে৷ আমিবোৰে ভাষণ দিয়াত পাকৈত৷ একেখন মঞ্চত হত্যাকাৰীক বহুৱাই বুদ্ধিদিপ্ত ভাষণ দিয়াতো আমাৰ অলপো লাজ নালাগে৷
ক্ৰমশঃ আমি নিলাজ হৈ গৈ আছো৷
Image result for assam andolon

Related Posts:

  • জাতীয় উৎসৱ (?) পঞ্চায়ত নিৰ্বাচন কিয় বৰ্জন কৰিব লাগে পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহ… Read More
  • Non stop community service for NRC Claim form NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কা… Read More
  • How to write note in Q.5 and Page D in the NRC Claim form ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷… Read More
  • NRC How to help you program at ARVUT complex Barpeta Road #NRChow2helpU আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ স… Read More
  • দাবী আপত্তিৰ জটিল দিশবোৰঃ কিয় হোৱা নাই দাবী আপত্তি কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা