(নীলা শিয়ালৰ কাহিনীটো বন্ধুসকলে পঢ়ি ল’ব দেই, কোনোবা এটা সাধু কথাৰ কিতাপত পাইছিলো৷)
আৰু এটা কথা মনত পৰি গ’ল বাবে ইডিট কৰি দিলো—আমাৰ অসমত মোডী প্ৰেমৰ জোৱাৰ উঠিছে৷ ভক্তগনে প্ৰতিযোগিতাত নামিছে ভাৰতৰ অইন ৰাজ্যতকৈ আগত অসমত সাম্প্ৰদায়িকতাৰ ৰং সানিব৷ থাকক অসম পিছপৰি তাতে কি যায়, আহে৷ অসমৰ সম্পদ লাগিলে লৈ যাওঁক ভক্তৰ প্ৰেমিক সকলে....৷ সৰ্বাধিক কাল শাসনৰ গাদি দখল কৰাসকলে উৎসাহিত হোৱাৰ প্ৰয়োজন নাই৷ তেওঁলোকে যি কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱাৰ নামেইতো পৰিৱৰ্তন৷ অৱশ্যে অসমৰ উন্নয়ন, ভাতৃত্ববোধৰ প্ৰশ্নত ৰাষ্ট্ৰীয়তাবাদীসকল সদায়ে উদাসীন৷
0 comments:
Post a Comment