
1. Are you from any Char/Chapori? Where do you stay now? What do you do now?
—মোৰ জন্ম বাক্সা জিলাৰ আইখাৰী গাওঁত৷ বৰ্তমানো একে গাওঁৰ বাসিন্দা৷ এই গাওঁখন চৰ-চাপৰিৰ অন্তৰ্ভূক্ত নহয় যদিও সামাজিক, অৰ্থনৈতিক আৰু বৈশিষ্টগত ভাবে চৰ-চাপৰিৰ দৰে একে৷
মই ২০১০ চনৰ পৰা ২০১৮ চনলৈকে আমছুৰ লগত জড়িত হৈ আছিলো৷ বৰ্তমানে এনআৰচি আৰু ডি ভোটাৰ বিষয় সজাগতা আৰু সচেতনতা সৃষ্টি...