
অসম্পাদিত
কবিতাৰ শব্দবোৰ জঞ্জাল লগামগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মইকবিবোৰক দেখিলেওৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸শব্দৰ সাগৰত খেলি থাকি
মুঠেই ভাল নালাগে এতিয়া।
পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা
দিন হাজিৰা কৰা মানুহজনেওমোৰ দৰে বিৰক্তি পায়
কবিতা
সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱাপথিকবোৰককোনে দিব...