Thursday, December 22, 2016

হাৰ কঁপোৱা জাৰত চৰকাৰে গৃহহাৰা কৰিলে ৪০০ পৰিয়ালক অসমৰ ভাষা-সংস্কৃতি, সাহিত্য জীয়াই ৰখা প্ৰাগজ্যোতিষপুৰমূলীয় মিঞা মুছলমানৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ অব্যাহত আছে৷ অসমৰ ভাষা আন্দোলনত প্ৰাণ দি ভাষা জননীক ৰক্ষা কৰা, বিদেশী বিতাৰণ আন্দোলনত সাম্প্ৰদায়িক শক্তিৰ হাতত প্ৰাণ দিয়াৰ লগতে ১৯৮৩ চনৰ পৰা ১৯৯৪, ২০০৮, ২০১২, ২০১৪ লৈকে বাৰম্বাৰ কোমল চিকাৰত পৰিণত হৈ গণহত্যাৰ বলি হোৱা এই লোকসকলৰ...

Sunday, December 18, 2016

মিয়া লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰাৰ পূর্বে লোক সংস্কৃতিনাে কি সেই বিষয়ে চমূ আলোচনা কৰা প্রয়ােজন। সেই গতিকে লোক সংস্কৃতিৰ এটি সংজ্ঞা দিয়াৰ যত্ন কৰা হৈছে। লোক সংস্কৃতি এটি বিশাল বস্তু। তথাপিও এই সম্পর্কে থুল মূল এটা ধাৰণা দিয়াৰ যত্ন কৰা হৈছে। সংজ্ঞা ঃ জনসাধাৰণৰ মাজত যুগ যুগৰ পৰা মৌখিক ভাবে প্রচলিত সাহিত্য, ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ, নিয়ম-নীতি, পৰীক্ষা-পৰিশোধন কৰি...

Thursday, December 15, 2016

             মোৰ প্রিয় বন্ধু, মোৰ সংগ্রামী কাৰ্যসূচীসমূহৰ অন্যতম সতীৰ্থ ৰাতুল হুছেইন আৰু মোৰ প্ৰতিটাে শুভ কামত অশেষ অৱদানেৰে মোক ঋণী কৰি ৰখা শ্বাকিল আহমেদকে আদি কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক আৰু দােমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়ােজিত ‘আমৰণ অনশন’কাৰ্যসূচীত অংশগ্রহণ কৰা মুঠ ১০ গৰাকী অনশনকাৰীৰ ত্যাগৰ ইতিহাস...

Thursday, July 14, 2016

বৰ্তমানৰ কোলাত নিহত হʼল প্ৰেমিক হৃদয়, সেইবাবে প্ৰেম বৰ্জিত কবিতাৰ দৰে দুটামান নিৰস প্ৰশ্ন, সময়ৰ কোলাত, নিৰ্জাতিত, নিপীড়িত আৰু বঞ্চিত পৰিশ্ৰমি আত্মাৰ হকে— "মূক নহয় মুক্ত হওঁ আহা" তোমাৰ আৱৰণ খুলি সিঁহতে বান্দৰ নাচ চাব,কঠিল শব্দ শৃংখলৰ তলা লগাব,আকৌ তোমাৰ পিঠিত লেবেল আঁৰিব.....তুমি দিব লাগিব পিতৃ-বীৰ্যৰ পৰীক্ষা। তুমি কেতিয়া পোহৰ বিলাসী ?তুমি কেতিয়া জ্ঞানৰ পুজাৰি ?আৰু...

Thursday, June 23, 2016

মোদী চৰকাৰে শেহতীয়াকৈ কৃষকৰ সৰ্বাঙ্গীন উন্নয়নৰ জয়গাণ গোৱা পৰিলক্ষিত হৈছে৷ কৃষিজাত সামগ্ৰীৰ উচিত বজাৰ মূল্য আৰু কৃষকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে অসম চৰকাৰো দায়বদ্ধ৷ নিৰ্বাচনৰ ইচ্ছ্যুবোৰৰ মাজত স্থানীয় নেতাসকলে কৃষকৰ সমস্যা সম্পূৰ্ণ ৰূপে সমাধান কৰি দিয়াৰ বহু বক্তব্যও আমি নিৰ্বাচনৰ পূৰ্বে শুনিছো৷ এনে প্ৰেক্ষাপটত স্বাধীনতাৰ পিছৰ পৰাই বঞ্চিত হৈ থকা নামনি অসমৰ অন্যতম উল্লেখযোগ্য...

Monday, June 20, 2016

by Shajahan Ali Ahmed আজি যিদৰে মনত পেলাইছো তোমাক তোমাৰ আদৰ্শৰ পাঠ পঢ়িছো তোমাৰ সংগ্ৰামৰ দিনলিপি খুচৰি ফুৰিছো তোমাৰ দৰে হোৱাৰ আখৰা কৰিছো তোমাৰ সংগীত শুনি শুনি নাঙলৰ প্ৰেমিক হ’ব ধৰিছো ইউটিউব, গোগল, ফেচবুক. টুইটাৰত তোমাৰ জয়গাণ গাইছো তোমাক পাহৰি যাম সন্ধিয়াত আকৌ এবছৰৰ বাবে বিষ্ণু প্ৰসাদ ৰাভা তুমি ঋতুৰ দৰে আহিবা, যাবা… মনত...

Tuesday, June 14, 2016

  বলিয়া প্ৰেমৰ উন্মাদনা, কলিয়া কবিতা,মাথো তোমাৰ বাবে.....‘তুমি কেৰছিন, মই শলিতাʼ বহুবাৰ নিষ্ঠুৰ ধুমুহাৰপ্ৰৱল আঁচোৰে  চুই যায়মোৰ কলিজাআৰু কামি হাড়, হাতীপটি চুৱলৈহেপাহ মোৰদুৰ্বাৰএকোৱেই যেন নাইঅসাধ্য মোৰএই জনমতওমাল পৰস যদিতোমাৰ হিয়াৰমাথো লাভ কৰো এবাৰ।।। Shajahan Ali Ahmed 14 June 2016 ·  ...

Monday, June 13, 2016

ডি ভোটাৰ সম্পৰ্কে প্ৰায়সকলো পঢ়ুৱৈ সমাজে জ্ঞাত যদিও আজি পুনৰ একলম লিখিব লাগিব বুলি মনে ধৰিছেঃ ‘ডি’ ভোট বাঘৰ দৰে, ভয়ংকৰ আৰু হত্যাকাৰী কালি আমাৰ বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ সমীপত পদূলি এটাত বহিছিলো৷ দুদিন আগত মোৰ সাংগঠনিক সতীৰ্থ এজনে কৈছিল বোলে তেওঁলোকৰ গাঁওৰ মানুহে ডি ভোটাৰ সম্পৰ্কে কিছু কথা ৩ জুনত নৰসিংবাৰীত অনুষ্ঠিত হোৱা আমাৰ নাগৰিক সভাৰ জৰিয়তে জানিব পাৰিছে যদিও...

Thursday, May 12, 2016

তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাইনীলা নীলা তোমাৰ চকুতফৰকাল আকাশৰ ছবি আঁকিছিলোকঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,হাবটি থৈছিলো এবুকু আশানীলাখামৰ উজাগৰি সপোনত,আকাশ খন চঞ্চল হৈ পৰিছিলআৰু সৰি পৰিছিল শাৰদীয় জোনাকহৃদয়ৰ ৰঙাদলিচা বগাই বগাই আলফুলকৈ, তেতিয়া নাছিল দুখৰ ডাৱৰকলঙ্কিত হোৱা নাছিল বেলিৰ মুখ। ছোনামী হৈ হঠাত্ নামিছিল যন্ত্ৰণামোৰ বুকুৰ মৰুভূমিলৈ,যেতিয়া তুমি আঁতৰি গৈছিলানিহঙ্গতাৰ...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা