Tuesday, June 14, 2016

 
বলিয়া প্ৰেমৰ উন্মাদনা,
কলিয়া কবিতা,
মাথো তোমাৰ বাবে.....
‘তুমি কেৰছিন, মই শলিতাʼ
বহুবাৰ 
নিষ্ঠুৰ ধুমুহাৰ
প্ৰৱল আঁচোৰে 
চুই যায়
মোৰ কলিজা
আৰু কামি হাড়,
হাতীপটি চুৱলৈ
হেপাহ মোৰ
দুৰ্বাৰ
একোৱেই যেন নাই
অসাধ্য মোৰ
এই জনমত
ওমাল পৰস যদি
তোমাৰ হিয়াৰ
মাথো লাভ কৰো এবাৰ।।।

Related Posts:

  • নিষিদ্ধ সময়, এটি নিষিদ্ধ কবিতা তুমি যদি আহিলা হেঁতেন পুনৰ কলেজৰ কমন ৰূম অথবা পুথিভড়ালৰ চিৰি বগাই বগাই¸ লাজতে লিৰিলি যোৱা কৃষ্ণচূড়াৰ সুবাসে মতলিয়া কৰিলে হেঁতেন মোৰ বুকুৰ অৰণ্য। তোমাৰ হেঁপাহৰ সাগৰ নীলা চকুৰ মদিৰাত সাঁতুৰি-নাদুৰি উপচাই দিলো হেঁতেন… Read More
  • গোলাম তেতিয়াৰ ব্যৰ্থ সপোনবোৰএতিয়া অতীত হ‘লতোমাৰ কাঁজল সনা দু-চকুআৰু মেঘৰঞ্জনী চুলিৰ ভাজতউৰিছে জোনাকীসাজিছে ৰামধেনু।বিপৰীত মুখী বক্ৰ গতিৰ চক্ৰবেহুতকাৰাৰুদ্ধ অজুত কল্পনা¸সীমাৰ পৰিধি ভাঙিনৰক যাত্ৰাৰ অন্ত অভিপ্ৰায়ৰবাসনা কলিজাতএতিয়াহাত… Read More
  • "এন্ধাৰে মাতিছে বুকুৰ মাজলৈ"  মই মোৰ মাজত জীয়াই থাকিম আজি মুক্ত¸ স্বাধীন উশাহ লৈতেজত মিহলিব হীমগ্লবিনশ্বেতৰক্ত কণিকাবোৰে আওৰাবআনন্দৰ শ্ল’গান। বিষণ সুখী সুখী হ’ব মোৰ কলিজা।শাওনৰ কৃত্ৰিম সাগৰত সাঁতুৰি-নাদুৰিমূক হৈ পৰা নিশাবোৰে আজি বিচাৰি পাব শব্… Read More
  • তুমি যেতিয়া হাঁহিছিলা মোৰ চোতালৰ বাগিছাত ফুলিছিল ৰক্তজোবা মৌচুমি বলিছিল মোৰ শেৱালীৰ পাতে-পাতে-ফুলে কুলিয়ে আকাশে হাঁহিছিল নদীয়ে মাতিছিল ডালত বহি প্ৰেম-প্ৰেম খেলিছিল শালিকা শালীয়ে তোমাৰ হাঁহি আছিল বাবেই  জীৱীত আছিল পাহাৰ তোমাৰ হ… Read More
  • মূক নহয় মুক্ত হওঁ আহা বৰ্তমানৰ কোলাত নিহত হʼল প্ৰেমিক হৃদয়, সেইবাবে প্ৰেম বৰ্জিত কবিতাৰ দৰে দুটামান নিৰস প্ৰশ্ন, সময়ৰ কোলাত, নিৰ্জাতিত, নিপীড়িত আৰু বঞ্চিত পৰিশ্ৰমি আত্মাৰ হকে— "মূক নহয় মুক্ত হওঁ আহা" তোমাৰ আৱৰণ খুলি সিঁহতে বান্দৰ নাচ চাব,… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ