Thursday, July 14, 2016

বৰ্তমানৰ কোলাত নিহত হʼল প্ৰেমিক হৃদয়, সেইবাবে প্ৰেম বৰ্জিত কবিতাৰ দৰে দুটামান নিৰস প্ৰশ্ন, সময়ৰ কোলাত, নিৰ্জাতিত, নিপীড়িত আৰু বঞ্চিত পৰিশ্ৰমি আত্মাৰ হকে—
মূক নহয় মুক্ত হওঁ আহা

"মূক নহয় মুক্ত হওঁ আহা"

তোমাৰ আৱৰণ খুলি সিঁহতে বান্দৰ নাচ চাব,
কঠিল শব্দ শৃংখলৰ তলা লগাব,
আকৌ তোমাৰ পিঠিত লেবেল আঁৰিব.....
তুমি দিব লাগিব পিতৃ-বীৰ্যৰ পৰীক্ষা।
তুমি কেতিয়া পোহৰ বিলাসী ?
তুমি কেতিয়া জ্ঞানৰ পুজাৰি ?
আৰু কেতিয়ালৈ তোমাৰ বুঢ়া আঙুলি ?

Related Posts:

  • ছাইৰা গেলা, মাইৰা গেলা না আমাৰে সাজাহানেৰ নতুন কবিতা ‘ছাইৰা গেলা, মাইৰা গেলা না আমাৰে’ অনাহাৰে, অনিদ্ৰায় তোমাৰ কথা ভাবি নিশি কি সুখে আছ’ তুমি তোমাৰ জগতে! আমাৰ আত্তা খালি ধৰফৰ কৰে বৰমপুত্ৰেৰ কাছাৰ ভাইঙ্গা পৰে, কুৰপান মিঞা ঘুমাইছাল  বুকে ক… Read More
  • যুদ্ধ এখন লাগিবই। অসম্পাদিত কবিতাৰ শব্দবোৰ জঞ্জাল লগামগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মইকবিবোৰক দেখিলেওৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸শব্দৰ সাগৰত খেলি থাকি  মুঠেই ভাল নালাগে এতিয়া। … Read More
  • শুই থকা চহৰখন নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি। কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হা… Read More
  • ত্ৰাণকৰ্তা আজিৰ পৰা ৩৯ বছৰ আগত এটা সপোন দেখিছিল  সেইসময়ৰ তেজাল যুৱ চাম আৰু বৌদ্ধিক মহলে, সেই সপোনৰ লগত সহযোগ কৰিছিল সহস্ৰজনে৷  নিজৰ জীৱন উচৰ্গা কৰি দিছিল ২২ গৰাকী বীৰ পুৰুষে, ঘূণীয়াও হৈছিল বহুজনে৷ তেওঁলোকৰ আত্মাই শান্তি… Read More
  • তুমি নাই বাবেই তুমি থাকিলে পাৰ নকৰিলে হেঁতেন বুভুক্ষ জনতাই  নিৰ্জন নিশা। এতিয়া শব্দবোৰ বজ্ৰ হ’ল অনাদৰে অৱহেলায় গানগোৱা  মাটিৰ কলিজাবোৰ এতিয়া নষ্ট নাৱিকৰ কোলাহলত জ্বলি জ্বলি ছাই কৰি খাই গৈছে অজস্ৰ উজাগৰি কা… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ