Friday, November 22, 2019

যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান বৰপেটাৰোড, ১৮ নৱেম্বৰ, ২০১৯ : নাগৰিকসকলৰ অধিকাৰকে ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্ৰতী হোৱা যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ আজি প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান৷ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য...

Wednesday, August 7, 2019

বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবী বৰপেটাৰোড, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত চলি থকা বিভিন্ন বিসংগতি দূৰ কৰাৰ দাবীত আজি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমছুৰ বৰপেটা জিলা সমিতিয়ে জিলা খনৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ তথা জিলা উপায়ুক্তক পৃথকে পৃথকে মুঠ...

Monday, August 5, 2019

মহামান্য উচ্চতম ন্যায়ালয়ৰ মতে হ’ব লাগিব NRC ৰ কামঃ সাজাহান আলী আহমেদ গোৱৰ্ধানা¸ ৪ আগষ্ট¸  বাক্সা জিলা অন্তৰ্গত চুনবাৰী, বিশপানী, কালপানী আদি গাওঁবোৰত হঠাৎ কৈ এন.আৰ.চিৰ জাননী অহাত আতংকিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়ালে। যোৱা ২৬ জুনত প্ৰকাশ পোৱা কৰ্তন তালিতাতো নাম নথকা লোকে নিজৰ নাম হঠাৎ কৰ্তন হোৱাত মানসিক ভাবে ভাগি পৰিছে। লক্ষণীয় ভাবে যোৱা ৩০ জুলাইৰ পৰা এন.আৰ.চি কৰ্তৃপক্ষই...

Saturday, July 13, 2019

বৰপেটাৰোড, ১৩ জুলাইঃ কেইবা দিনৰ পৰা  নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ আছিল৷ যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ি শিবিৰ পাতি আশ্ৰয় লবলৈ  সুবিধা...

Tuesday, July 9, 2019

৫০ লাখৰ ক্ষতিপূৰণ দাবী,তদন্তৰ বাবে ২৪ ঘণ্টাৰ চৰম সীমা দল-সংগঠনৰ সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৯ জুলাইঃ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ পৰা ডি ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ লগতে এন আৰ চিৰ জটিলতাৰ বাবে  কালি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষী থানাৰ অধিনস্থ চূণবাৰী গাওঁৰ আমবৰ আলী নামৰ ৫৯ বছৰীয়া লোকজনে৷ ১৯৫১, ১৯৭১ৰ...

Thursday, July 4, 2019

সাজাহানেৰ নতুন কবিতা ‘ছাইৰা গেলা, মাইৰা গেলা না আমাৰে’ অনাহাৰে, অনিদ্ৰায় তোমাৰ কথা ভাবি নিশি কি সুখে আছ’ তুমি তোমাৰ জগতে! আমাৰ আত্তা খালি ধৰফৰ কৰে বৰমপুত্ৰেৰ কাছাৰ ভাইঙ্গা পৰে, কুৰপান মিঞা ঘুমাইছাল  বুকে কাগজ নিয়া নদীৰ চাপে ডুইবা মৰল’ মইৰা গেল’ মাইৰা গেলোনা সেই কাগত দিয়া নাম তোলছে পুলাহানে৷ পইচা পইচা মৰি আমি প্ৰতিদিনি অকাৰণে, অৱহেলায়, অনাদৰে৷ গাছেৰ...

Sunday, June 23, 2019

সংবিধান যাত্ৰাৰ প্ৰথম দিনটো আছিল আমাৰ বাবে অত্যন্ত দুখজনক৷ আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই আমি হাতীপোতা পাৰ্ট-২ ত উপস্থিতত হৈছিলো৷ পাহাৰীয়া পথেৰে আমাৰ ছাইকেল আৰোহীসকলে চৰম প্ৰত্যহ্বান নেউচি পাৰ হৈ গৈছিল৷ আমাৰ যাত্ৰাত ৮ গৰাকী যুৱতীও আছে৷ বিশেষ ভাবে যুৱতীসকলে প্ৰখৰ ৰ’দৰ মাজত পেডেল মাৰি মাৰি ভাগৰি পৰিলেও মনোবল হেৰুৱা নাছিল৷ একেদৰে শুভংকৰ ঘোষৰ নিৰবচ্ছিন্ন জয় ভীম, জয় সংবিধান, জয় হিন্দ শ্লগানেৰে যুৱক-যুৱতীসকলে প্ৰখৰ ৰ’দৰ প্ৰকোপ আওকাণ কৰি আগবাঢ়ি...

Sunday, June 16, 2019

"অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু মুছলমান লোকসকলৰ সমস্যাৰ ওপৰত বিশেষকৈ NRC, ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণ, ডিটেন্সন কেম্পৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পাৰি তাৰ বাবে সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, লেখক, গৱেষক আৰু সচেতন নাগৰিকক লৈ এক ঘূৰণীয়া মেজমেলৰ আহ্বান কৰা হৈছে। উক্ত আলোচনাত অখিল গগৈ উপস্থিত থাকি আপোনালোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অনুষ্ঠানত...

Saturday, June 15, 2019

NRC, বিদেশী ন্যায়াধীকৰণ সম্পৰ্কে আমছুৰ গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি- ১৫ জুন, ২০১৯ বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ মইমতালি আৰু বিসংগতিপূর্ণ আদেশৰ বাবে অসমৰ লগতে সমগ্ৰ দেশত ব্যাপক প্রতিক্রিয়া সৃষ্টি হােৱা সময়তে পুনৰ চৰকাৰে যােৱা ৩০ মে, ২০১৯ ইং তাৰিখে গেজেট নটিফিকেচনেৰে বিদেশী ন্যায়াধীকৰণ অধিনিয়ম, ১৯৬৪ৰ ধাৰা ৩ সংশােধন কৰি ন্যায়াধীকৰণৰ সদস্যসকলক স্বেচ্ছাচাৰী হােৱাৰ আন এক সুযােগ প্রদান কৰিছে। অধিনিয়মৰ সংশােধিত ৩ ধাৰাৰ উপ-ধাৰা ১০-ত এন আৰ চিৰ...

Sunday, June 2, 2019

স্থান: সত্যনাথ বৰা হল, দীঘলীপুখুৰীৰ পাৰ, গুৱাহাটী।সময় : দিনৰ ২ বজাত দিনাংক : ২ জুন, ২০১৯ ইং (দেওবাৰ) শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব। আজি অসমখন যেনেদৰে এক জটিল সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ গৈ আছে, এনে সময়ত আমি অসমৰ সংখ্যালঘু মুছলমানসকল অধিক জটিল শংকা আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত আমি এই সংখ্যালঘু জনগোষ্ঠীটোৰ কিছু সচেতন আৰু শিক্ষিত যুৱচামে কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। এক ঐতিহাসিক পটভূমিত আমাৰ পূৰ্বপুৰুষসকলে এই...

Monday, May 27, 2019

'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ ২৭ মে’ বৰপেটাৰোডঃ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷ একমাত্ৰ উপাৰ্জনকাৰী কদম...

Wednesday, May 22, 2019

কদম আলীৰ পিতৃ ওজমান আলীৰ লগত লেখক বিশ্বাস নামৰ শব্দটো অতিকৈ মৰ্মান্তিক৷ বিশ্বাসহীনতাৰ পৃথিৱীত কাম কৰা অত্যাধিক জটিল৷ বিশ্বাস কৰিব নোৱাৰে সচেতন শিক্ষিত সমাজে, বিশ্বাস কৰিব নোৱাৰে নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীয়ে৷ আনকি মানৱধিকাৰ সংস্থায়ো বিশ্বাস কৰিব নোৱাৰে মানুহক৷ এই বিশ্বাসহীনতাৰ বেমাৰ আমাৰ মাজত কিয় ? NRC বা নাগৰিকত্বৰ সমস্যাৰ জৰিয়তে জনগোষ্ঠীয়...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা