Saturday, December 14, 2024

 মাটি সম্পৰ্কে বিটিচি চৰকাৰৰ স্থিতি সম্পৰ্কে আজি আলোচনা কৰিব বিচাৰিছো। এই আলোচনাত বিটিচি আৰু বিটিআৰ চুক্তিৰ মাজত থকা মৌলিক পাৰ্থক্যখিনিও আলোচনা কৰিব বিচাৰিছো। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিএলটি বা বড়ো লিবাৰেচন টাইগাৰ্চৰ লগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ ৪.৩ নং অনুচ্ছেদে বিটিচিত বসবাস কৰা লোকসকলক ভাৰতীয় সংবিধানে দিয়া প্ৰতিটো...

Friday, December 13, 2024

 Uniform civil code বা UCC পুনৰ দেশব্যাপি চৰ্চা আৰম্ভ হৈছে, এই video ত এই বিষয়ৰ লগত জৰিত কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে যে UCC য়ে কিয় চৰ্চা লাভ কৰিছে, Uniform civil code  বা UCC কি, UCC ৰ ক্ষেত্ৰত সংবিানৰ article44 য়ে কি কয়, UCC ৰ কিয় বিৰোধিতা হৈ আছে, Uniform civil code  বলবত্ হলে কি কি সলনি হৈ যাব, (video: Modi on Uniform civil code) সৰ্ব প্ৰথমে আমি জানিম uniform civil code প্ৰকৃততে চৰ্চাত...
আমছুৰ প্ৰতিষ্ঠা আৰু ২৬ মে ৰ ঐতিহাসিক আন্দোলনশাজাহান আলী আহমেদপ্ৰাক্তন শিক্ষা আৰু আলোচনী সম্পাদক, আমছুন্যায়, নিৰাপত্তা, অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যুঁজ আজিৰ নহয়। ১৯৮০ চনত অসমৰ সংখ্যালঘুসমাজে নিৰ্জাতন, উত্পীডড়ণ, লাঞ্চনা, বঞ্চনাৰ বলিষ্ঠ প্ৰতিবাদ জনোৱাৰ বাবেই আমাৰ প্ৰাণৰ সংগঠন আমছুৰ জন্ম দিছিল। আমছুৰ জন্মৰ অন্তৰালত মূলত আছিল অসম আন্দোলন আৰু সমসাময়িক অসমৰ অগ্নিগৰ্ভা পৰিৱেশ।  আমছুৰ জন্মৰ অন্তৰালত একাংশ লোকে ৰাজনৈতিক অভিলাষ থকা বুলি কল্পনা কৰে যদিও প্ৰকৃততে...

Wednesday, December 11, 2024

 অংকুৰৰ পৰা ২৬ মে'ৰ গণ আন্দোলনলৈলেখক- প্ৰয়াত তাজ উদ্দিন আহমেদসদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (AAMSU) ৰ জন্ম অসমৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। এই ছাত্র ইউনিয়নটো কাৰ দ্বাৰা কেনেকৈ কিয় জন্ম হৈছিল এই ঘটনা জনা বা নজনাকৈ ইয়াৰ জন্ম লগ্নৰ পৰা বৰ্তমানলৈ একাংশ দল, সংগঠন আৰু সংবাদ মাধ্যমে ‘অসম বিৰোধী ৰাজনৈতিক চক্ৰই ইয়াক সৃষ্টি কৰা বুলি অপপ্ৰচাৰ চলাই আহিছে, যাৰ বাবেই হয়তো বিজেপি,...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ