Sunday, June 23, 2019

সংবিধান যাত্ৰাৰ প্ৰথম দিনটো আছিল আমাৰ বাবে অত্যন্ত দুখজনক৷ আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই আমি হাতীপোতা পাৰ্ট-২ ত উপস্থিতত হৈছিলো৷ পাহাৰীয়া পথেৰে আমাৰ ছাইকেল আৰোহীসকলে চৰম প্ৰত্যহ্বান নেউচি পাৰ হৈ গৈছিল৷ আমাৰ যাত্ৰাত ৮ গৰাকী যুৱতীও আছে৷ বিশেষ ভাবে যুৱতীসকলে প্ৰখৰ ৰ’দৰ মাজত পেডেল মাৰি মাৰি ভাগৰি পৰিলেও মনোবল হেৰুৱা নাছিল৷ একেদৰে শুভংকৰ ঘোষৰ নিৰবচ্ছিন্ন জয় ভীম, জয় সংবিধান, জয় হিন্দ শ্লগানেৰে যুৱক-যুৱতীসকলে প্ৰখৰ ৰ’দৰ প্ৰকোপ আওকাণ কৰি আগবাঢ়ি...

Sunday, June 16, 2019

"অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু মুছলমান লোকসকলৰ সমস্যাৰ ওপৰত বিশেষকৈ NRC, ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণ, ডিটেন্সন কেম্পৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পাৰি তাৰ বাবে সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, লেখক, গৱেষক আৰু সচেতন নাগৰিকক লৈ এক ঘূৰণীয়া মেজমেলৰ আহ্বান কৰা হৈছে। উক্ত আলোচনাত অখিল গগৈ উপস্থিত থাকি আপোনালোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অনুষ্ঠানত...

Saturday, June 15, 2019

NRC, বিদেশী ন্যায়াধীকৰণ সম্পৰ্কে আমছুৰ গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি- ১৫ জুন, ২০১৯ বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ মইমতালি আৰু বিসংগতিপূর্ণ আদেশৰ বাবে অসমৰ লগতে সমগ্ৰ দেশত ব্যাপক প্রতিক্রিয়া সৃষ্টি হােৱা সময়তে পুনৰ চৰকাৰে যােৱা ৩০ মে, ২০১৯ ইং তাৰিখে গেজেট নটিফিকেচনেৰে বিদেশী ন্যায়াধীকৰণ অধিনিয়ম, ১৯৬৪ৰ ধাৰা ৩ সংশােধন কৰি ন্যায়াধীকৰণৰ সদস্যসকলক স্বেচ্ছাচাৰী হােৱাৰ আন এক সুযােগ প্রদান কৰিছে। অধিনিয়মৰ সংশােধিত ৩ ধাৰাৰ উপ-ধাৰা ১০-ত এন আৰ চিৰ...

Sunday, June 2, 2019

স্থান: সত্যনাথ বৰা হল, দীঘলীপুখুৰীৰ পাৰ, গুৱাহাটী।সময় : দিনৰ ২ বজাত দিনাংক : ২ জুন, ২০১৯ ইং (দেওবাৰ) শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব। আজি অসমখন যেনেদৰে এক জটিল সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ গৈ আছে, এনে সময়ত আমি অসমৰ সংখ্যালঘু মুছলমানসকল অধিক জটিল শংকা আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত আমি এই সংখ্যালঘু জনগোষ্ঠীটোৰ কিছু সচেতন আৰু শিক্ষিত যুৱচামে কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। এক ঐতিহাসিক পটভূমিত আমাৰ পূৰ্বপুৰুষসকলে এই...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player