
উচ্ছেদ শব্দটোৱে চকুৰ আগত ভঁহাই তোলে হাজাৰ অসহায় মুখৰ ছবি৷তেওঁলোক মানুহ সেইবাবে দুবেলা-দুমুঠি পেটত দিব লাগে, তেওঁলোকৰ লজ্জা নিবাৰণৰ বাবে লাগে কাপোৰ, থাকিবলৈ লাগে এখন ঘৰ৷তেওঁলোকে বুজি নাপায় আইনী মেৰপেচ৷মানুহতকৈ জীৱ-জন্তুৰ মূল্য বেছি বুলিও নাযানে তেওঁলোকে৷একো বুজি নোপোৱা পানী কেঁচুৱাবোৰক মানুহ কৰিব বিচাৰিছিল তেওঁলোকে৷যি সময়ত চৰকাৰী হাজাৰ হাজাৰ বিঘা মাটি কোম্পানী, পুঁজিপতি, বনিয়া...