অসমৰ ডি ভোটাৰ হোৱাৰ কাৰণ আৰু সমাধানৰ পথ কি হ'ব পাৰে
১৯৯৭ চনৰ ১৭ জুলাইত ভাৰত নিৰ্বাচন আয়োগে অসম চৰকাৰক এক বিজ্ঞপ্তি
জাৰি কৰি অ-নাগৰিকসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত, ভোটাৰ
তালিকাৰ সংশোধন আৰম্ভ হয়, ঘৰে ঘৰে জৰীপ কৰা হয়, সেইসময়ত
ভাৰতীয় হোৱাৰ যাৱতীয় নথিপত্ৰ দেখুৱাব নোৱাৰা লোকক ভোটাৰ তালিকাত ইংৰাজী ‘ডি’ (D)-ৰ সৈতে
চিহ্নিত কৰে৷ জৰীপৰ সময়ত, অনুপস্থিত
ভোটাৰসকলকো উক্ত ডি ৰে চিহ্নিত কৰা হৈছিল। ফলত প্ৰায় ৩,৭০,০০০...
Monday, June 19, 2023
6:56:00 AM
Author
Article
No comments
২০১৬ চনৰ কথা৷ কালাম ভাই বৰপেটাৰোডৰ প্ৰশান্তি ল’জত উপস্থিত হোৱাৰ পিছতেই মই গৈ পাইছিলো৷ বিটিএডিৰ হত্যাকাণ্ডৰ পিছতো সমগ্ৰ বিষয়ৰ ওপৰত আমি চৰ্চা কৰাৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ কাম কৰি আছিলো৷ কালাম ভআই কাপোৰ সলাই থাকি মোক কৈছিল- হাফিজ ভাইৰ পোষ্ট পৰছ’?, মই কৈছিলো- আইচকা দেহি নাই৷ -তাৰাতাৰি দেহ’৷
মই লগে লগে ফেচবুক খুলি চালো৷ হাফিজ আহমেদ ছাৰে মিয়া বিষয়ত কবিতা লিখিছে 'Write down I am a Miya' ৷ মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতেই বহুত লাইক, কমেন্ট,...
Subscribe to:
Posts (Atom)