Tuesday, April 23, 2019

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা বৰপেটাৰোডৰ পৰা শাকিল আহমেদ আৰু সাজাহান আলী আহমেদৰ প্ৰতিবেদন, ২৩ এপ্ৰিলঃ ৰাজ্যৰ দীৰ্ঘ দিনীয়া নাগৰিকত্বৰ সমস্যা সমাধানৰ বাবে যি সময়ত উচ্চতম ন্যায়ালয় তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে সেই একে সময়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চৰম অৱমাননা কৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৯৭ চনৰ পৰা ভোটাৰ তালিকাত ডি চিহ্নৰে সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি ৰখা তথাকথিত সন্দেহযুক্ত...

Wednesday, April 17, 2019

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বাংলাদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা বুকুত লৈয়ে আগবাঢ়িছিল সকলোৱে৷ কিন্তু ভুলক্ৰমে ডি ভোটাৰ হিচাপে চিহ্নিত কৰা লোকসকলৰ পৰা আৰম্ভ কৰি কাল্পনিক কথাৰে সীমান্ত শাখাৰ আৰক্ষীয়ে স্বদেশী লোকক বিদেশীৰ গোচৰ জাপি দিয়া লোকসকলে NRC ৰ জৰিয়তে উপকৃত হোৱাৰ কোনো আশা দেখা পোৱা নাযায়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ