Friday, June 16, 2017

‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’ ১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে হাইস্কুল, হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীর্ণ হােৱা কৃতি ছাত্র-ছাত্ৰীসকলক সম্বর্ধনা প্রদান কৰে।...

Monday, June 12, 2017

অসমীয়া প্ৰতিদিন নামৰ কাকতখন বিগত চাৰি-পাঁচ বছৰৰ পৰা প্ৰায় নিয়মীয়াকৈ পঢ়াৰ অভ্যাস আছিল৷ এতিয়া পঢ়া বাদ দিম৷ এই কাকত খনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কলংকিত কৰাই নহয় মানুহৰ মাজত ভাতৃত্ববোধ ধ্বংশৰ দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ বিগত সময়ছোৱাত কাকতখনে বিভিন্ন সময়ত মানুহক বিভ্ৰন্ত কৰাৰ বাবে মনে সজা আৰু অসংখ্য ইছলামবিৰোধী মুখৰোচক বাতৰি প্ৰকাশ  কৰি জাতিটোক হেয়...

Wednesday, June 7, 2017

প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ বাবে গোৱা গীতবোৰক মাগন গীত বুলি আমি জানিছিলো৷অসমীয়া সংস্কৃতিত ইয়াৰ নামেই ‘মহুহু’ বুলি কোৱা হয়৷স্নাতকত ‘অসমীয়া সাহিত্য’ৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈ...
ৰিক্সাৰ চকা ঘুৰিছে তাইৰ ওঁৰণিৰ তলৰ বুকু কঁপিছে থৰ থৰ তাই টান কৈ বহিছে ছিটত। কেঁচা বিলাহী আৰু এপুৱা চাউল পিতৃহীন এমা-ডিমা দুটিৰ এসাজৰ বাবে। তাইৰ বয়স উনৈছ এমাৰ পাঁচ ডিমাৰ দুই তাই এতিয়া বুজি নাপায় কুলি-কাউৰীৰ পাৰ্থক্য। তাইৰ বাবে ফাগুণ-বসন্ত  নিৰস সাথৰ। জীৱন মানে পাষাণ সমাজৰ খেলৰ পুতলা এপাল গৰু আৰু গাহৰিৰ এগাল আহাৰ এতিয়া মেৰুদণ্ডবোৰ উদণ্ড ৰজাবোৰ বেপাৰী নিশাবোৰ...

Friday, June 2, 2017

হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ এজন কৃষকৰ মৃতেদহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ বিবৰণি মতে একে থানাৰ অন্তৰ্গত কয়েমাৰী গাওঁৰ মৃত উমেদ...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ