
মোদী চৰকাৰে শেহতীয়াকৈ কৃষকৰ সৰ্বাঙ্গীন উন্নয়নৰ জয়গাণ গোৱা পৰিলক্ষিত হৈছে৷ কৃষিজাত সামগ্ৰীৰ উচিত বজাৰ মূল্য আৰু কৃষকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে অসম চৰকাৰো দায়বদ্ধ৷ নিৰ্বাচনৰ ইচ্ছ্যুবোৰৰ মাজত স্থানীয় নেতাসকলে কৃষকৰ সমস্যা সম্পূৰ্ণ ৰূপে সমাধান কৰি দিয়াৰ বহু বক্তব্যও আমি নিৰ্বাচনৰ পূৰ্বে শুনিছো৷
এনে প্ৰেক্ষাপটত স্বাধীনতাৰ পিছৰ পৰাই বঞ্চিত হৈ থকা নামনি অসমৰ অন্যতম উল্লেখযোগ্য...