Sunday, September 27, 2015

আলিগড় মুছলিম ইউনিভাৰচিটিৰ ছাত্ৰ সকলে অসমৰ বন্যাৰ্তসকলৰ বাবে ঈদুল আজহা উপলক্ষে প্ৰেৰণ কৰা সামগ্ৰি সমূহ ঝাই ফাউণ্ডশ্বৰন সহযোগত
বিতৰণ কৰা হৈছে৷
গোৱৰ্ধনাৰ ওচৰৰ গামাৰিগুৰিৰ বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ মাজত যোৱা 24-09-2015 তাৰিখে বিতৰণ কৰা হয়৷









Related Posts:

  • ৰাজনীতি ঘৃণাৰ বস্তু বুলি ভাল মানুহ আঁতৰি থাকে প্ৰায় এশ শতাংশ মানুহেই নিজৰ সন্তান ডক্টৰ¸ ইঞ্জিনিয়াৰ¸ আইপিএচ¸ আইছিএচ¸ ভাল চাকৰিয়াল বা গ্লেমাৰিষ্ট বনাব বিচাৰে। কোনো অভিভাৱকেই নিজৰ সন্তানক ভাল ৰাজনীতিবিদ বনাব নিবিচাৰে। ৰাজনীতি লেতেৰা বিষয় বুলি ভবা হয়।  নিজৰ সন্তান… Read More
  • নিৰু হোৱাৰ আখৰা কৰিছো তুমি আৰু মই নিৰু হোৱাৰ আখৰা কৰিছো।তেওঁলোকে আখৰা কৰিছেতোমাক আৰু মোক উঘালি পেলোৱাৰ¸তুমি আৰু মই ৰচিছো প্ৰেমৰ কবিতা উজাগৰেতেওঁলোকে তোমাৰ আৰু মোৰ মাতৃৰসতিত্ব হৰণ কৰিছে জ্ঞাতসাৰে।তেওঁলোকেই হত্যা কৰিছিলপুনৰায় আখৰা কৰিছেতথাপিও ত… Read More
  • আমাৰ চাৰিত্ৰিক স্খলন সংখ্যালঘু হত্যাকাৰী, সংখ্যালঘুৰ চিৰ শত্ৰু, যিগৰাকী তদানিন্তন ছাত্ৰ নেতাৰ নেতৃত্বত অসমৰ পৰা বিদেশী খেদাৰ নামত সংখ্যালঘুসকলক পাইকাৰী হাৰত হত্যাকৰা হৈছিল, ঘৰ-বাৰি জ্বলাই ভষ্মীভূত কৰা হৈছিল, যাৰ নেতৃত্বত সতীত্ব হেৰুৱাইছিল অলেখ … Read More
  • আমি এনেদৰেই বিচাৰি পাম জঙ্গল তোমাৰ সপোন চূৰ্ণ-বিচূৰণ দেখি চকুলো নুটুকিবা তোমাৰ চকুত নাছিল ৰঙীন বিতচকু তুমি খোজকাঢ়িছিলা কলা-বগা পৃথিৱীত সেউজীয়া হৈ গজিছিল বিশ্বাসৰ গুটি তুমি ছটিয়াইছিলা একতা-ভ্ৰতৃত্ব তেতিয়া তোমাৰ সপোন দিকভ্ৰান্ত হোৱা নাছিল গেৰুৱা, বগা অথব… Read More
  • সংখ্যালঘুসকল শুই থকা শিয়াল অসমৰ ধৰ্মীয় সংখ্যালঘুসকল সামগ্ৰীক ভাবে অসমৰ মুঠ জনসংখ্যাৰ একতৃতীয়ংশ৷ তেনেস্থলতো সংখ্যালঘু বুলি কৈ ধৰ্মীয় সংখ্যালঘুসকলে ‘বেকফুটত’ অৱস্থান গ্ৰহণ কৰে৷ সম অধিকাৰৰ দাবীত এইসকলে ৰাজপথ বিচাৰি নাপায় প্ৰতিবাদী কন্ঠ জাগ্ৰত কৰিবলৈ৷ এই… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ