Thursday, February 6, 2020

সময়ৰ কণ্ঠঃ বিটিআৰলৈ শান্তি কেনেকৈ আহিব? লেখক- সাজাহান আলী আহমেদ ঘৃণাৰ ৰাজনীতি চলি থাকিব নে মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰি সমন্বয়ৰ এখন সমাজ গঠন কৰিব সেয়া নিৰ্ভৰ কৰে সমসাময়িক নেতৃত্বৰ ওপৰত৷ আমি বিগত সময়ত দেখিছিলো যে বড়ো নেতৃত্বৰ লগত অজনজাতী লোকৰ বিভিন্ন সংগঠনে মতৰ অমিল দেখাই আহিছিল৷ তাৰ মূলতে আছিল অধিকাংশ বড়ো দল-সংগঠনে বড়োসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী উত্থাপন...

Thursday, January 30, 2020

১৯৯৪ ৰ পৰা বিটিআৰ লৈ মচিব নোৱাৰা স্মৃতিবোৰ ঃ অসমীয়া, বড়ো, মুছলমান আদিয়ে যিবোৰ কথা মনোযোগ দিব লাগিব মাকে কোলাত লৈ পদূলিৰ পৰা আমাৰ ঘৰৰ উত্তৰ ফালে থকা বুনমাজা গাওঁলৈ আঙুলিৰে দেখুৱাইছিল কেনেদৰে দাউ দাউ কৈ জ্বলি আছিল মানুহৰ ঘৰবোৰ৷ তেতিয়া মোৰ বয়স ৫ বছৰ ৬ মাহ৷ মা-দেউতাৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰতিজন মানুহৰ মাজত থকা ব্যাপক আতংক মই বুজিব পাৰিছিলো৷ যিবোৰ কথা প্ৰত্যক্ষ ভাবে...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ