বৰ্তমানৰ কোলাত নিহত হʼল প্ৰেমিক হৃদয়, সেইবাবে প্ৰেম বৰ্জিত কবিতাৰ দৰে দুটামান নিৰস প্ৰশ্ন, সময়ৰ কোলাত, নিৰ্জাতিত, নিপীড়িত আৰু বঞ্চিত পৰিশ্ৰমি আত্মাৰ হকে—
"মূক নহয় মুক্ত হওঁ আহা"
তোমাৰ আৱৰণ খুলি সিঁহতে বান্দৰ নাচ চাব,কঠিল শব্দ শৃংখলৰ তলা লগাব,আকৌ তোমাৰ পিঠিত লেবেল আঁৰিব.....তুমি দিব লাগিব পিতৃ-বীৰ্যৰ পৰীক্ষা।
তুমি কেতিয়া পোহৰ বিলাসী ?তুমি কেতিয়া জ্ঞানৰ পুজাৰি ?আৰু...
Thursday, July 14, 2016
Subscribe to:
Posts (Atom)