তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাইনীলা নীলা তোমাৰ চকুতফৰকাল আকাশৰ ছবি আঁকিছিলোকঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,হাবটি থৈছিলো এবুকু আশানীলাখামৰ উজাগৰি সপোনত,আকাশ খন চঞ্চল হৈ পৰিছিলআৰু সৰি পৰিছিল শাৰদীয় জোনাকহৃদয়ৰ ৰঙাদলিচা বগাই বগাই আলফুলকৈ,
তেতিয়া নাছিল দুখৰ ডাৱৰকলঙ্কিত হোৱা নাছিল বেলিৰ মুখ।
ছোনামী হৈ হঠাত্ নামিছিল যন্ত্ৰণামোৰ বুকুৰ মৰুভূমিলৈ,যেতিয়া তুমি আঁতৰি গৈছিলানিহঙ্গতাৰ...
Thursday, May 12, 2016
Subscribe to:
Posts (Atom)