Thursday, July 10, 2014

মমডাল জ্বলি শেষ হওঁ হওঁ..... কোঠাখন এন্ধাৰে গ্ৰাস কৰিব...পৃৃথিৱীখন পোহৰাব বিচাৰিছিলো.... মই জানিছিলোপৃথিৱীৰ পোহৰে এদিন  এন্ধাৰহে উপহাৰ দিব মোক.....তথাপিও মই বিশ্বাস কৰো হাজাৰ জনে কৰাৰ দৰেʼএন্ধাৰ যিমানেই গভীৰ হʼব পোহৰ সিমানেই ওচৰ চাপি আহিবʼ নতুন পুৱাৰ সূৰুযৰ বাবে মই অৱশ্যে উত্ৰাবল নহওঁ.....মোৰ মমডাল নুমাই ভালপোৱা জন সুখী হওঁক  তেতিয়াহে বুজি পাব...  সুখে...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ