‘সাংবিধানিক
অধিকাৰ আৰু সংখ্যালঘু সমাজ’
স্বাধীন ভাৰতৰ নাগৰিক হিচাপে
গৌৰবেৰে প্ৰকাশ কৰো যে, আজিৰ পৰা ৭০
বছৰ আগতেই ভাৰতৰ প্ৰতিজন নাগৰিকক ভাৰতীয় সংবিধানে ন্যায়, স্বতন্ত্ৰতা,
সমতা আৰু ভাতৃত্ববোধেৰে জীয়াই থকাৰ অধিকাৰ
প্ৰদান কৰিছে৷ কিন্তু হতাশজনক ভাৱে নাগৰিকৰ এই অধিকাৰ সমূহ পদে পদে খৰ্ব হৈ থকা
পৰিলক্ষিত হৈছে৷ বিশেষকৈ অসমৰ সংখ্যালঘু নাগৰিকৰ সম-অধিকাৰ, সম-মৰ্যাদা,
বাক স্বাধীনতা...
Wednesday, July 5, 2023
Subscribe to:
Posts (Atom)