
১৯৯৪ ৰ পৰা বিটিআৰ লৈ মচিব নোৱাৰা স্মৃতিবোৰ ঃ
অসমীয়া, বড়ো, মুছলমান আদিয়ে যিবোৰ কথা মনোযোগ দিব লাগিব
মাকে কোলাত লৈ পদূলিৰ পৰা আমাৰ ঘৰৰ উত্তৰ ফালে থকা বুনমাজা গাওঁলৈ আঙুলিৰে দেখুৱাইছিল কেনেদৰে দাউ দাউ কৈ জ্বলি আছিল মানুহৰ ঘৰবোৰ৷ তেতিয়া মোৰ বয়স ৫ বছৰ ৬ মাহ৷ মা-দেউতাৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰতিজন মানুহৰ মাজত থকা ব্যাপক আতংক মই বুজিব পাৰিছিলো৷ যিবোৰ কথা প্ৰত্যক্ষ ভাবে...