Monday, May 27, 2019

'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ ২৭ মে’ বৰপেটাৰোডঃ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷ একমাত্ৰ উপাৰ্জনকাৰী কদম...

Wednesday, May 22, 2019

কদম আলীৰ পিতৃ ওজমান আলীৰ লগত লেখক বিশ্বাস নামৰ শব্দটো অতিকৈ মৰ্মান্তিক৷ বিশ্বাসহীনতাৰ পৃথিৱীত কাম কৰা অত্যাধিক জটিল৷ বিশ্বাস কৰিব নোৱাৰে সচেতন শিক্ষিত সমাজে, বিশ্বাস কৰিব নোৱাৰে নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীয়ে৷ আনকি মানৱধিকাৰ সংস্থায়ো বিশ্বাস কৰিব নোৱাৰে মানুহক৷ এই বিশ্বাসহীনতাৰ বেমাৰ আমাৰ মাজত কিয় ? NRC বা নাগৰিকত্বৰ সমস্যাৰ জৰিয়তে জনগোষ্ঠীয়...

Wednesday, May 8, 2019

           মাননীয় উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত আজি ০৮.০৫.২০১৯ ইং তাৰিখে ৰাতিপুৱা ১০.৩০ বজাত NRC সম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। বৰ্তমান ৰাজ্য ব্যাপি চলি থকা objection hearing ত  আপত্তিকাৰী (objection কৰোতা) উপস্থিত নথকা বিষয়টি মাননীয় উচ্চতম...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ